ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : সূর্য্য উদয় হোৱা দিশ
ಉದಾಹರಣೆ : ভাৰতৰ পূৱফালে অসম ৰাজ্য অৱস্থিত
ಸಮಾನಾರ್ಥಕ : ঐন্দ্র, দৃষ্ট, পূব, পূর্বাশা, পূৱ, পূৱ দিশ, প্রাচী, প্রাচ্য, ্ পুৰব
ಅರ್ಥ : * নব্বৈ ডিগ্রীত থকা প্রধান দিক্্সূচক বিন্দু
ಉದಾಹರಣೆ : পূব সদায় পূব দিশৰ ফালেই থাকে
ಸಮಾನಾರ್ಥಕ : পূব, পূৰব, পূৱ
ಅರ್ಥ : যি আগফালৰ বা সন্মুখ ফালৰ
ಉದಾಹರಣೆ : এই বাহনখনৰ অগ্রভাগ ভাঙিল
ಸಮಾನಾರ್ಥಕ : অগ্র, অগ্রিম, আগমুৱা, আগলি, আগৰ, সন্মুখস্থ, সন্মুখৰ, সন্মুখৱর্তী, ্অগ্রৱর্তী
ಅರ್ಥ : যি প্রথমে কোনো পদত অধিষ্ঠিত হৈছিল, কিন্তু এতিয়া কোনো কাৰণত সেই পদত নাই
ಉದಾಹರಣೆ : আজিৰ সভাত ভালেমান ভূতপূর্ব মন্ত্রীয়ে অংশগ্রহণ কৰিব
ಸಮಾನಾರ್ಥಕ : ভূতপূর্ব, ্প্রাক্তন
ಸ್ಥಾಪನೆ