ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ পুৰণি ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

পুৰণি   বিশেষণ

ಅರ್ಥ : যিটো বনোৱা বা হোৱাৰ বহুত দিন হৈ গʼল

ಉದಾಹರಣೆ : এই সংগ্রহালয়টোত বহুত ধৰণৰ পুৰণি বস্তুৰ সংগ্রহ আছে প্রাচীনকালত ভাৰত বিশ্ব শিক্ষাৰ কেন্দ্র আছিল

ಸಮಾನಾರ್ಥಕ : আদিম, পুৰণা, পুৰাকালীন, পুৰাতন, প্রাক্-কালীন, প্রাচীন

ಅರ್ಥ : সময় বা ক্রমৰ দৃষ্টিৰে আগৰ সময়ৰ বা ক্রমৰ

ಉದಾಹರಣೆ : পুৰণি ্ভাৰতবর্ষ আৰু আজিৰ ভাৰতবর্ষৰ ্মাজত ভালেখিনি পার্থক্য আছে

ಸಮಾನಾರ್ಥಕ : আগৰ, পূর্বৰ, প্রথমৰ

ಅರ್ಥ : বর্তম্ান সময়তকৈ আগৰ বা যিটো বহুদিন আগৰ

ಉದಾಹರಣೆ : তেওঁ পুৰণি সভ্যতাৰ ওপৰত অধ্যয়ন কৰি আছে

ಸಮಾನಾರ್ಥಕ : অতীত, অনেক-কলীয়া, আগৰ কালৰ, আগৰ দিনৰ, গত, পুৰণা, পুৰণি কালৰ, পুৰণিকলীয়া, পুৰাতন, পুৰাতনীয়া, পূর্বক্ালীন, পূর্বক্ালৰ, প্রাচীন, প্রাচীন কালৰ, বহুকলীয়া, বহুদিনীয়া, বিগত, যাত, সাতামপুৰুষীয়া

ಅರ್ಥ : যিটো পাৰ হৈ গৈছে

ಉದಾಹರಣೆ : অতীত কালত নালন্দা বিশ্ব শিক্ষাৰ কেন্দ্র আছিল

ಸಮಾನಾರ್ಥಕ : অতীত, গত, ভূত