ಅರ್ಥ : কোনো পদৰ প্ৰথম অংশৰ পৰা কিছুমান বাক্য তাৰ পিছৰ ভাগত অৰ্থ স্পষ্ট কৰিবৰ কাৰণে অনা কাৰ্য
ಉದಾಹರಣೆ :
এই কবিতাটোত ভালেমান ঠাইত পুনৰাবৃত্তি হৈছে
ಅರ್ಥ : বাৰে-বাৰে কৰা কোনো কামৰ অভ্যাস
ಉದಾಹರಣೆ :
এই বাক্যত ৰাম শ্্ব্দৰ পুনৰাবৃত্তি তিনিবাৰ হৈছে
ಸಮಾನಾರ್ಥಕ : আবৃত্তি
ಅರ್ಥ : কোনো স্থানত কোনো নিয়ম বাৰে-বাৰে লগোৱা কার্য
ಉದಾಹರಣೆ :
ইয়াৰ পুনৰাবৃত্তি আৱশ্যক নহয়
ಅರ್ಥ : কাৰোবাক কোৱা কোনো কথা পুনৰ দোহৰা কাৰ্য
ಉದಾಹರಣೆ :
মাকৰ মুখৰ পৰা শিশুৰ পুনৰাবৃত্তি শুনি তেওঁ হাঁহি দিলে
ಸಮಾನಾರ್ಥಕ : পুনৰকথন