ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি দুখ বা কষ্ট পাইছে
ಉದಾಹರಣೆ : দুখী মানুহেহে আনৰ দুখৰ উপলব্ধি কৰিব পাৰে
ಸಮಾನಾರ್ಥಕ : দুঃখী, দুখী, ব্যথিত, ্আর্ত
ಅರ್ಥ : যিয়ে কোনো ধৰণৰ ব্যথা বা কষ্ট পাই আছে
ಉದಾಹರಣೆ : বান পীড়িত লোকসকলক সোনকালেই সাহায্য প্রদান কৰা হʼব
ಸಮಾನಾರ್ಥಕ : গ্রস্ত, ব্যথিত
ಅರ್ಥ : যাক পীড়া বা কষ্ট দিয়া হৈছে
ಉದಾಹರಣೆ : পুলিচৰ দ্বাৰা উৎপীড়িত ব্যক্তিয়েনো নিজৰ অভিযোগ কাক কৰিব
ಸಮಾನಾರ್ಥಕ : উৎপীড়িত
ಸ್ಥಾಪನೆ