ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ পীড়া ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

পীড়া   বিশেষ্য

ಅರ್ಥ : মনে অসন্তোষ আৰু কষ্ট পোৱা এনে এক অৱস্থা বা কথা যাৰ যোগেদি মনোকষ্ট লাঘৱৰ বাবে স্বাভাৱিক প্রবৃত্তিৰ মূর্ত ্ প্রকাশ ঘটে

ಉದಾಹರಣೆ : দুখত পৰিলেহে ৰাম নাম লʼবলৈ মনত পৰে

ಸಮಾನಾರ್ಥಕ : অসুখ, কষ্ট, দুঃখ, দুখ, বেজাৰ, বেদনা, মনঃক্লেশ, মনস্তাপ, যাতনা, শোক, সন্তাপ

ಅರ್ಥ : শৰীৰত আঘাত পালে, ঘা হʼলে অথবা মোচোকা খালে অনুভৱ হোৱা অৱস্থা

ಉದಾಹರಣೆ : ৰোগীৰ কষ্ট দিনে-দিনে বাঢ়িহে গৈছে

ಸಮಾನಾರ್ಥಕ : কষ্ট, কৃচ্ছ্র, ক্লিষ্টতা, ক্লেশ, নিকাৰ, বেদনা, ব্যথা, যন্ত্রণা, যাতনা

ಅರ್ಥ : মাজে মাজে হোৱা বিষ

ಉದಾಹರಣೆ : এনে লাগিছে যেন বিষত মোৰ প্রাণ যায়

ಸಮಾನಾರ್ಥಕ : বিষ, বিষ বেদনা, বিষ-বেমাৰ

ಅರ್ಥ : আপোন ব্যক্তিৰ মৃত্যুত বা বিয়োগৰ কাৰণে মনত হোৱা কষ্ট

ಉದಾಹರಣೆ : ৰামৰ বনবাসত সমগ্র অযোধ্যা নগৰীত শোকৰ ছাঁ পৰিল তেখেতৰ মৃত্যুত সকলো গণ্য-মান্য ব্যক্তিয়ে শোক প্রকাশ কৰিলে

ಸಮಾನಾರ್ಥಕ : অন্তর্দাহ, অসুখ, ক্লেশ, দুঃখ, দুখ, বিষাদ, বেজাই, বেজাৰ, বেদনা, ব্যথা, মনঃক্লেশ, মনস্তাপ, মনোকষ্ট, যন্ত্রণা, যাতনা, শোক, শোগ, সন্তাপ