ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো বস্তু আদিৰ পিছৰ অংশ
ಉದಾಹರಣೆ : সন্ত্রাসবাদী ঘৰটোৰ পিছফালে লুকাই আছিল
ಸಮಾನಾರ್ಥಕ : পশ্চভাগ, পিছফাল
ಅರ್ಥ : উল্লেখ কৰা বা নির্দিষ্ট হৈ থকা কোনো সময় পাৰ হৈ যোৱা সময়ছোৱা:এই কামটো কৰাৰ পিছতহে মই ঘৰলৈ যাম
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : অৱশেষত, পৰবর্তী, পৰিশেষত, শেষকালত, শেষত
ಅರ್ಥ : সময়, দূৰত্ব আদিত পিছৰ ফালে
ಉದಾಹರಣೆ : আমি বিকাশৰ ক্ষেত্রত আমেৰিকাতকৈ ভালেখিনি পিছত আছো
ಅರ್ಥ : কিহবাৰ সন্দর্ভত (্কার্য আদিক পৰিণতি দিয়াৰ)
ಉದಾಹರಣೆ : এই হত্যাৰ পিছত কাৰ হাত থাকিব পাৰে
ಸ್ಥಾಪನೆ