ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : পিছত ৰৈ যোৱা
ಉದಾಹರಣೆ : অসুখৰ কাৰণে গৌৰৱ পঢ়াত বহুত পিছ পৰিল
ಸಮಾನಾರ್ಥಕ : পিছুওৱা
ಅರ್ಥ : কাৰোবাৰ পিছে পিছে যোৱা ব্যক্তি বা যি পিছত আছে
ಉದಾಹರಣೆ : দৌৰত পিছ পৰা লʼৰাবোৰক গালি পাৰিলে
ಸಮಾನಾರ್ಥಕ : পশ্চাদগামী, পশ্চাদৱর্ত্তী
ಅರ್ಥ : কোনো গুণ আদিত অলপ পিছ পৰা
ಉದಾಹರಣೆ : ৰাম পঢ়াত শ্যামতকৈ পিছ পৰা
ಸ್ಥಾಪನೆ