ಅರ್ಥ : বাৰে বাৰে থু পেলোৱা
ಉದಾಹರಣೆ :
চাদা খাই তেওঁ থু থু কৰি আছে
ಸಮಾನಾರ್ಥಕ : থু থু কৰা, থু পেলাই থকা, থুওৱা
ಅರ್ಥ : মুখেৰে থুই বা মুখত লোৱা কোনো বস্তু বাহিৰলৈ জোৰেৰে উলিয়াই দিয়া কার্য
ಉದಾಹರಣೆ :
তেওঁ ্ পাণ খাই মোৰ চোলাটোতে থুৱাই দিলে
ಸಮಾನಾರ್ಥಕ : থুই পেলোৱা, থুওৱা, থুৱাই দিয়া