ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ধর্মৰ আঁৰত ্স্বার্থ পূৰণ কৰা মানুহ
ಉದಾಹರಣೆ : পাষণ্ডৰ পাশত পৰি মোহিনীয়ে বহুত পস্তালে
ಅರ್ಥ : নিজৰ আচল স্বৰূপ লুকুৱাই ৰাখি এক অন্য ধৰণৰ স্বভাৱ দেখুৱাব খোজা মানুহ
ಉದಾಹರಣೆ : মহাপুৰুষ কবীৰে ভণ্ডবোৰক তীব্রভাৱে ব্যঙ্গ কৰিছে
ಸಮಾನಾರ್ಥಕ : কপটাচাৰী, ভণ্ড
ಅರ್ಥ : ধর্মৰ অচিলা লৈ স্বার্থপূৰণ কৰোঁতালোক
ಉದಾಹರಣೆ : বর্ত্্মানৰ সমাজ পাষণ্ডলোকেৰে ভৰি আছে
ಸ್ಥಾಪನೆ