ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ পালন কৰা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

পালন কৰা   ক্ৰিয়া

ಅರ್ಥ : কাৰোবাৰ কথা, আদেশ আদিৰ অনুসৰি কাম কৰা

ಉದಾಹರಣೆ : তেওঁ ্মোৰ আজ্ঞা পালন নকৰিলে

ಸಮಾನಾರ್ಥಕ : মানি চলা

ಅರ್ಥ : পশু, পক্ষী আদিক নিজৰ ওচৰত খুৱাই-বোৱাই ৰখা:কোনো কোনো লোকে চখতে কুকুৰ, মেকুৰী, ভাটৌ আদি পোহে

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : পালা, পোহ-পাল দিয়া, পোহা

ಅರ್ಥ : চৰিতার্থ ্কৰা

ಉದಾಹರಣೆ : তেওঁৰ ্ৰামৰ অভিনয় বৰ ভালদৰে কৰিলে

ಸಮಾನಾರ್ಥಕ : কৰা

ಅರ್ಥ : কোনো ব্যক্তি বা বস্তু আদিৰ ধ্যান ৰখা

ಉದಾಹರಣೆ : মোৰ বোৱাৰীজনীয়ে এতিয়া চাকৰি বাদ দি লʼৰা-ছোৱালী তথা ঘৰখন চম্ভালে

ಸಮಾನಾರ್ಥಕ : চকু-কাণ দিয়া, চম্ভালা, দায়িত্ব বহন কৰা

ಅರ್ಥ : ভোজন,বস্ত্র আদি দি জীৱন ৰক্ষা কৰা

ಉದಾಹರಣೆ : সকলোৰে মাক-দেউতাকে নিজৰ শকতি অনুযায়ী লʼৰা-ছোৱালীৰ লালন-পালন কৰে

ಸಮಾನಾರ್ಥಕ : প্রতিপালন কৰা, লালন-পালন কৰা