ಅರ್ಥ : ৰাজনীতিৰ সৈতে সম্পর্কিত বা ৰাজনৈতিক ক্রিয়া-কলাপত ভাগলোৱা ব্যক্তিৰ দল
ಉದಾಹರಣೆ :
ভাৰতত ৰাজনৈতিক দল কাঠফুলাৰ দৰে হʼবলৈ ধৰিছে
ಸಮಾನಾರ್ಥಕ : ৰাজনৈতিক দল
ಅರ್ಥ : যিজন ব্যক্তিয়ে ন্যায়িক তদন্তত ভাগ লয়
ಉದಾಹರಣೆ :
আজি আদালতত প্রথমটো পার্টী অনুপস্থিত আছিল
ಸಮಾನಾರ್ಥಕ : পক্ষ
ಅರ್ಥ : আনন্দ লাভ কৰিবৰ বাবে একত্রিত হোৱা মানুহৰ সমূহ
ಉದಾಹರಣೆ :
তেওঁ ্খাই উঠি পার্টীত যোগ দিলে
ಸಮಾನಾರ್ಥಕ : দল