ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : শিলৰ টুকুৰা
ಉದಾಹರಣೆ : শিলাখণ্ড টানোতে দুজন লোকৰ মৃত্যু হʼল
ಸಮಾನಾರ್ಥಕ : অশ্ম, উপল, পাষাণ, প্রস্তৰ, শিলগুটি, শিলাখণ্ড, শৈলখণ্ড
ಅರ್ಥ : সৰু আকাৰৰ শিল
ಉದಾಹರಣೆ : পথৰুৱা ৰাষ্টাত খালী ভৰিৰে খোজ কাঢ়িলে শিলগুটিয়ে বিন্ধে
ಸಮಾನಾರ್ಥಕ : শিল, শিলগুটি
ಅರ್ಥ : মুত্রাশয় আদিত পাথৰৰ সৰু-সৰু টুকুৰা জমা হোৱা এবিধ ৰোগ
ಉದಾಹರಣೆ : শ্যামে এজন নামী চিকিৎসকৰ সৈতে পাথৰৰ চিকিৎসাৰ কৰিলে
ಅರ್ಥ : ঘৰ বনোৱা সামগ্রী হিচাপে ব্যৱহাৰ হোৱা নির্দিষ্ট আকাৰৰ শিলাখণ্ড, যি বিশেষ উদ্দেশ্যৰে বনোৱা হয়
ಉದಾಹರಣೆ : এই ঘৰটোৰ বেৰবোৰ মার্বলৰ ্ পাথৰেৰে বনোৱা
ಸಮಾನಾರ್ಥಕ : প্রস্তৰ, শিল, শিলাখণ্ড
ಅರ್ಥ : শিল বা অন্য কোনো বস্তুৰ সৰু টুকুৰা:আজিকালি চাউলৰ বেপাৰীয়ে চাউলত শিলগুটি মিলাই বক্রী কৰে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : শিলগুটি
ಅರ್ಥ : পৃথিৱীৰ উপৰিভাগত ধূলি, বালি আদি গোট খাই টান হোৱা খণ্ড বা পদার্থ:খনিকৰজনে শিলৰ মূর্তি বনাই আছে
ಸಮಾನಾರ್ಥಕ : অশ্ম, উপল, পাষাণ, প্রস্তৰ, শিল, শিলা, ষ্টোন
ಸ್ಥಾಪನೆ