ಅರ್ಥ : কাহিনী, উপন্যাস আদিত থকা সেই ব্যক্তি যাৰ কথাবস্তুত কোনো স্থান আছে
ಉದಾಹರಣೆ :
নাটকৰ সকলো চৰিত্রই জীৱন্ত অভিনয় কৰিলে
ಸಮಾನಾರ್ಥಕ : চৰিত্র
ಅರ್ಥ : কিবা লোৱা বা পোৱাৰ যোগ্য ব্যক্তি
ಉದಾಹರಣೆ :
দান যোগ্য ব্যক্তিকহে দিয়া উচিত
ಸಮಾನಾರ್ಥಕ : যোগ্য ব্যক্তি