ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ পাতকী ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

পাতকী   বিশেষ্য

ಅರ್ಥ : যি পাপ কৰে বা পাপ কৰা ব্যক্তি

ಉದಾಹರಣೆ : পাপীৰ জীৱন অশান্তিৰে ভৰি থাকে

ಸಮಾನಾರ್ಥಕ : পাপকর্মী, পাপাচাৰী, পাপাত্মা, পাপী

পাতকী   বিশেষণ

ಅರ್ಥ : অপৰাধ কৰা লোক

ಉದಾಹರಣೆ : অপৰাধীয়ে শাস্তি পোৱা উচিত আইনৰ শিথিলতাই অপৰাধীক প্রশ্রয় দিয়ে

ಸಮಾನಾರ್ಥಕ : অপৰাধী, দোষী, পাপী, ্অধর্মী

ಅರ್ಥ : যি পাপ কৰে বা পাপ কৰোতা

ಉದಾಹರಣೆ : ধার্মিক গ্রন্থত বর্ণিত আছে যে যেতিয়া পৃথিৱীত পাপ বাঢ়ি যায়, তেতিয়া ভগৱানে অৱতাৰ ধাৰণ কৰি পাপী ব্যক্তিসকলৰ সংহাৰ কৰে

ಸಮಾನಾರ್ಥಕ : অধম, অনাচাৰী, দুষ্টাচাৰী, দুৰাচাৰী, নীচ, নীতিভ্রষ্ট, পাপবুদ্ধি, পাপমতি, পাপাত্মা, পাপিষ্ঠ, পাপী, ্অধর্মী