ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ পাত ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

পাত   বিশেষ্য

ಅರ್ಥ : পাতৰ নিচিনা এক ধৰণৰ চাৰিচুকীয়া বস্তু

ಉದಾಹರಣೆ : তেওঁ ফাৰ্মাচিৰ পৰা এক পাট্টা টেবলেট কিনিলে

ಸಮಾನಾರ್ಥಕ : পাট্টা

ಅರ್ಥ : গছ-গছনি, লতিকা আদিৰ ঠাল-ঠেঙুলিত লাগি থকা বিশেষকৈ সেউজীয়া বা বিভিন্ন ৰঙৰ পাতল, চেপেটা অৱয়ব

ಉದಾಹರಣೆ : তেওঁ ্ বাগিচাত পৰা শুকান পাতবোৰ সাৰি আছে

ಸಮಾನಾರ್ಥಕ : দল, পত্র, পর্ণ

ಅರ್ಥ : কোনো কিতাপ বা বহী আদিত লগাই থোৱা বস্তু যাৰ দুয়োফালে কিবা লিখা থাকে বা লিখা হয়

ಉದಾಹರಣೆ : লʼৰাটোৱে এই কিতাপখনৰ এটা পাত ফালি পেলালে

ಸಮಾನಾರ್ಥಕ : পৃষ্ঠা

ಅರ್ಥ : কাগজৰ সমান পাতল ধাতুৰ পাত

ಉದಾಹರಣೆ : তেওঁ ্ধাতুৰ পাতত লক্ষ্মীৰ ছবি অংকন কৰালে

ಸಮಾನಾರ್ಥಕ : পত্র