ಅರ್ಥ : কোনো দৃশ্যপট চোৱা বা শুনাৰ কাৰণে লিখি উলিওৱা কথা বিশেষ
ಉದಾಹರಣೆ :
এই চিনেমাখনৰ পাণ্ডুলিপিখন বলিষ্ঠ হৈছে
ಅರ್ಥ : ছপাবৰ কাৰণে প্রস্তুত কৰা কিতাপ, লেখা আদিৰ হাতে লিখা প্রতিলিপি
ಉದಾಹರಣೆ :
মোৰ পাণ্ডুলিপিখন ছপাবৰ কাৰণে ছপাশালত দিয়া হৈছে
ಸಮಾನಾರ್ಥಕ : পাণ্ডু-লিপি