ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ পাগল ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

পাগল   বিশেষ্য

ಅರ್ಥ : মন আৰু বুদ্ধিয়ে ভাৰসাম্যতা হেৰুওৱা মগজুৰ এক প্রকাৰ ৰোগ:অতিমাত্রা শোকে তেওঁক ্পাগল কৰি তুলিলে

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : উন্মত্ত, উন্মাদ, পগলা, বলিয়া, বাউল, বাতুল

ಅರ್ಥ : যিজন ব্যক্তিৰ মগজুৱে কাম কৰিবলৈ এৰি দিছে

ಉದಾಹರಣೆ : ৰাষ্টাত এজন পাগল ব্যক্তি নিজে নিজৰ লগত কথা পাতি গৈ আছিল

ಸಮಾನಾರ್ಥಕ : পাগল ব্যক্তি

পাগল   বিশেষণ

ಅರ್ಥ : যাৰ মানসিক সন্তুলন নোহোৱা হৈছে

ಉದಾಹರಣೆ : বলীয়া কুকুৰে কামোৰাৰ কাৰণে সংগীতা পাগলী হʼল

ಅರ್ಥ : ক্রোধ, প্রেম আদিৰ কাৰণে যি অচেতন হৈ থাকে

ಉದಾಹರಣೆ : ক্রোধত পাগল ব্যক্তিয়ে যিকোনো কাম কৰি পেলাব পাৰে

ಸಮಾನಾರ್ಥಕ : বাউল

ಅರ್ಥ : মগজুৰ বিকৃতি ঘটা

ಉದಾಹರಣೆ : চকুৰ আগতে নিজৰ ঘৰখন থানবান হৈ যোৱা দেখি শ্যাম পাগল হৈ গৈছে

ಸಮಾನಾರ್ಥಕ : অলিয়া-বলিয়া, উন্মত্ত, উন্মাদ, পগলা, বলিয়া, বলিয়া-বতীয়া, বাউল, বাতুল