ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ পলিচ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

পলিচ   বিশেষ্য

ಅರ್ಥ : পোলেণ্ড দেশৰ অধিবাসী

ಉದಾಹರಣೆ : সেই পলিচজনৰ লগত দেশলৈ ঘূৰি অহাৰ পিছত ফোনতহে কথা-বতৰা হʼল

ಸಮಾನಾರ್ಥಕ : পোলেণ্ড বাসী, পোলেণ্ড-বাসী, পোলেণ্ডবাসী

ಅರ್ಥ : পোলেণ্ডৰ লোকৰ ভাষা

ಉದಾಹರಣೆ : তেওঁ পলিচ আৰু ৰুছ সলসলীয়াকৈ কʼব পাৰে

ಸಮಾನಾರ್ಥಕ : পলিচ ভাষা, পলিচ-ভাষা

ಅರ್ಥ : কোনো বস্তু জিলিকিবৰ কাৰণে তাৰ ওপৰত লগোৱা প্রলেপ বিশেষ

ಉದಾಹರಣೆ : তেওঁ কিছুমান বস্তুৰ ওপৰত পলিচ লগাই আছে

ಸಮಾನಾರ್ಥಕ : পʼলিচ, পালিচ

পলিচ   বিশেষণ

ಅರ್ಥ : পোলেণ্ডৰ সৈতে সম্বন্ধ থকা বা পোলেণ্ডৰ

ಉದಾಹರಣೆ : এই সংস্থাটোৱে ভাৰতবর্ষত পলিচ সাংস্কৃতিক কাম-কাজ কৰে