ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : সকলো কথা-বতৰা ঠিকে আছেনে নাই তাক চোৱা-চিতা কৰা কার্য
ಉದಾಹರಣೆ : এই কামটোৰ তদাৰক ৰামে কৰিছে
ಸಮಾನಾರ್ಥಕ : চোৱা-চিতা, তদাৰক, নিৰীক্ষণ
ಅರ್ಥ : কোনো কাম, কথা বা ব্যৱহাৰ আদিৰ সূক্ষ্মভাৱে বিচাৰ কৰা কার্য
ಉದಾಹರಣೆ : তেওঁ কৃষি কার্যৰ নিৰীক্ষণ কৰি আছিল
ಸಮಾನಾರ್ಥಕ : নিৰীক্ষণ
ಸ್ಥಾಪನೆ