ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ পর্ব ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

পর্ব   বিশেষ্য

ಅರ್ಥ : ইতিহাসৰ বা ব্যক্তিৰ জীৱনৰ এক নিশ্চিত সময়

ಉದಾಹರಣೆ : মুম্বাইৰ ঘটনাবোৰে এক নতুন ভয়াবহ অধ্যায়ৰ আৰম্ভ কৰি দিলে

ಸಮಾನಾರ್ಥಕ : অধ্যায়, খণ্ড

ಅರ್ಥ : উলহ-মালহেৰে পালন কৰা কোনো ডাঙৰ জাতীয়, ধার্মিক বা সামাজিক মাঙ্গলিক বা শুভ কার্য

ಉದಾಹರಣೆ : স্বাধীনতা দিৱস আমাৰ ৰাষ্ট্রীয় উৎসৱ

ಸಮಾನಾರ್ಥಕ : উছৱ, উৎসৱ, পৰব, ্উৎসৱ-পার্বণ

ಅರ್ಥ : ৰাজনৈতিক বা সামাজিক জীৱনৰ সৈতে সম্বন্ধযুক্ত কোনো বিধান বা নিয়ম

ಉದಾಹರಣೆ : বিবাহ হিন্দু সংস্কৃতিৰ ্ এক ধর্মীয় অনুষ্ঠান

ಸಮಾನಾರ್ಥಕ : অনুষ্ঠান, অনুষ্ঠান-পর্ব, পৰব, ্সকাম

ಅರ್ಥ : কোনো কাম এবাৰ আৰম্ভ হৈ নির্দিষ্ট সময়লৈকে সমানভাৱে চলি থকা সময়ৰ এক পৰিমাপ

ಉದಾಹರಣೆ : বিদ্যালয়ৰ বর্ষাঙ্ক শেষ হʼবলৈ আৰু বেছি দিন নাই

ಸಮಾನಾರ್ಥಕ : বর্ষাঙ্ক