ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কাম আদি কৰাৰ বাবে নি্র্ধাৰণ কৰা শৈলী
ಉದಾಹರಣೆ : যদি তুমি এই ঢঙেৰে কাম কৰা তেনেহʼলে পিছত বহুত পস্তাবা
ಸಮಾನಾರ್ಥಕ : কায়দা, ঢঙ, নিয়ম, বিধি, শৈলী, ৰীতি
ಅರ್ಥ : কোনো বস্তু হোৱা, বনোৱা বা ওলোৱা কার্য
ಉದಾಹರಣೆ : ইউৰিয়া ৰাসায়নিক প্রক্রিয়াৰ দ্বাৰা তৈয়াৰ কৰা হয়
ಸಮಾನಾರ್ಥಕ : ক্রিয়া, প্রক্রিয়া, প্রণালী
ಸ್ಥಾಪನೆ