ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যোগ্যতা সন্মান আদি সূচোৱা শ্্ব্দ যাক কোনো নামৰ লগত লগোৱা হয়
ಉದಾಹರಣೆ : শ্যামক ডক্টৰেট উপাধিৰে সন্মানিত কৰা হʼল
ಸಮಾನಾರ್ಥಕ : উপাধি, খিতাপ
ಅರ್ಥ : কোনো পদৰ বিশেষ নাম বা সংজ্ঞা
ಉದಾಹರಣೆ : বিগ্রেডিয়াৰ এটা পদবীৰ নাম
ಸಮಾನಾರ್ಥಕ : খিতাপ, বাব
ಅರ್ಥ : কোনো ব্যক্তিৰ আচল নামৰ পিচত থাকি বংশ, পৰিয়াল, পেছা আদি সূচোৱা এক বিশেষ শ্্ব্দ
ಉದಾಹರಣೆ : মোহনে নিজৰ নামৰ লগত উপাধি নিলিখে
ಸಮಾನಾರ್ಥಕ : উপনাম, উপাধি, বংশনাম
ಸ್ಥಾಪನೆ