ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ পদ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

পদ   বিশেষ্য

ಅರ್ಥ : যোগ্যতা অনুসৰি ্কর্ম্্চাৰীয়ে লাভ কৰা স্থান

ಉದಾಹರಣೆ : আপুনি এই সংস্থাটোৰ কোনটো পদত আছে

ಸಮಾನಾರ್ಥಕ : স্থান

ಅರ್ಥ : যি অংগৰ দ্বাৰা প্রাণীয়ে থিয় হʼব পাৰে আৰু চলা-ফুৰা কৰিব পাৰে

ಉದಾಹರಣೆ : মোৰ ভৰিৰ বিষ হৈছে ভকতে গুৰুৰ পদ-সেৱা লৈছে চৰণেহে জানে মৰণৰ ঠাই

ಸಮಾನಾರ್ಥಕ : অধমাঙ্গ, চৰণ, জানু, ঠেং, ভৰি

ಅರ್ಥ : গভীৰ ভাবদ্যোতক ছন্দোবদ্ধ ৰসাত্মক ৰচনা

ಉದಾಹರಣೆ : কবিতা ৰচনা কৰা লোকক কবি বোলে

ಸಮಾನಾರ್ಥಕ : কবিতা, কাব্য, পদ্য

ಅರ್ಥ : কোনো বিশেষ অর্থ ্থকা শ্্ব্দ বা শ্্ব্দ-সমূহ

ಉದಾಹರಣೆ : জতুৱা ঠাঁচৰ গণনা পদৰ ভিতৰত কৰা হয়

ಅರ್ಥ : গোৱা কার্য ্বা ভাব

ಉದಾಹರಣೆ : আমি আজি পণ্ডিত যশৰাজৰ গীতৰ আনন্দ লʼম

ಸಮಾನಾರ್ಥಕ : কথা, গানবাজনা, গীত, গীতবাজনা, গীতবাদ্য, গীতমাত, গীতি, ধুন, বোল, সংগীত, সঙ্গীত

ಅರ್ಥ : মানুহৰ ভৰিৰ সকলোতকৈ তলৰ অংশ যাৰ ওপৰত ভৰ দি মানুহে থিয় হʼব পাৰে আৰু খোজ কাঢ়িব পাৰে

ಉದಾಹರಣೆ : কর্ম্্চাৰীজনে বিষয়াজনৰ ভৰিত পৰি কাকূতি কৰিবলৈ ধৰিলে

ಸಮಾನಾರ್ಥಕ : চৰণ, পাদ, পাৱ, ভৰি