ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ পত্র ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

পত্র   বিশেষ্য

ಅರ್ಥ : কাৰোবালৈ খবৰ-বাতৰি জনাই লিখা বা বিৱৰণ আদি লিখা কাগজ

ಉದಾಹರಣೆ : বন্দনাই নিজৰ প্রবাসী ভায়েকলৈ নিয়মীয়াকৈ চিঠি লিখে মন্ত্রীয়ে ৰাজদৰবাৰত দূতে অনা পত্র পঢ়িবলৈ ধৰিলে

ಸಮಾನಾರ್ಥಕ : খত, চিঠি, চিঠি-পত্র, পত্রিকা

ಅರ್ಥ : গছ-গছনি, লতিকা আদিৰ ঠাল-ঠেঙুলিত লাগি থকা বিশেষকৈ সেউজীয়া বা বিভিন্ন ৰঙৰ পাতল, চেপেটা অৱয়ব

ಉದಾಹರಣೆ : তেওঁ ্ বাগিচাত পৰা শুকান পাতবোৰ সাৰি আছে

ಸಮಾನಾರ್ಥಕ : দল, পর্ণ, পাত

ಅರ್ಥ : লিখা কাগজ আদি, বিশেষভাৱে সেই কাগজ যʼত কোনো বিষয়ৰ লগত সম্বন্ধ থকা কোনো মহত্ত্বপূর্ণ কথা লিখা থাকে

ಉದಾಹರಣೆ : তেওঁৰ প্রৱেশ পত্রখন কʼৰবাত হেৰাল

ಸಮಾನಾರ್ಥಕ : পত্রিকা

ಅರ್ಥ : কাগজৰ সমান পাতল ধাতুৰ পাত

ಉದಾಹರಣೆ : তেওঁ ্ধাতুৰ পাতত লক্ষ্মীৰ ছবি অংকন কৰালে

ಸಮಾನಾರ್ಥಕ : পাত