ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিটো স্পর্শ ্ কৰা ঠিক নহয় বা যোগ্য নহয়
ಉದಾಹರಣೆ : শিক্ষাহীনতাৰ কাৰণে আজিও গ্রামাঞ্চলত অনুসূচিত জাতি আৰু জনজাতিক অস্পৃশ্য গণ্য কৰা হয়
ಸಮಾನಾರ್ಥಕ : অচ্ছুৎ, অস্পৃশ্য, নিকৃষ্ট
ಅರ್ಥ : যিটোৰ অৱনতি ঘটিছে বা যাৰ ব্যৱহাৰ ভাল নহয়
ಉದಾಹರಣೆ : অধঃপতিত লোকে সমাজক ৰসাতললৈ নিয়ে
ಸಮಾನಾರ್ಥಕ : অধঃপতিত, অধোগত, অৱনত, অৱনমিত
ಅರ್ಥ : সঠিক দিশ বা পথৰ পৰা আঁতৰি অহা
ಉದಾಹರಣೆ : আজিৰ পথভ্রষ্ট সমাজক সঠিক পথ দেখুওৱাটো জৰুৰী হৈ পৰিছে
ಸಮಾನಾರ್ಥಕ : পথভ্রষ্ট, ভ্রষ্ট
ಸ್ಥಾಪನೆ