ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : খোজকাঢ়োতে মাটি ্ স্পর্শ ্ কৰা ভৰিৰ একেবাৰে তলৰফালে থকা অংশ
ಉದಾಹರಣೆ : তেওঁৰ ভৰিৰ পতাত কিহবাই বিন্ধিলে
ಸಮಾನಾರ್ಥಕ : চৰণতল, পদতল, পাদতল, পাদমূল, ভৰিৰ তলুৱা, ভৰিৰ পতা
ಅರ್ಥ : চকুৰ ওপৰৰ ছালৰ আচ্ছাদন যি নামি আহিলে চকু জাপ খাই যায়
ಉದಾಹರಣೆ : কেচুৱাটোৱে বাৰে-বাৰে চকুৰ পতা মাৰি আছে
ಸಮಾನಾರ್ಥಕ : চকুৰ পতা, নেত্রপল্লৱ
ಅರ್ಥ : অনুকূল হোৱা
ಉದಾಹರಣೆ : আৰে ! সেই ছোৱালীজনী পতি গʼল
ಸ್ಥಾಪನೆ