ಅರ್ಥ : কোনো পত্র বা আদেশ আদিক উচিত স্থানলৈ লৈ যোৱা কার্য
ಉದಾಹರಣೆ :
তেওঁ প্ৰেৰণৰ কাৰণে পাৰ চৰাই পুহি ৰাখিছে
ಸಮಾನಾರ್ಥಕ : প্ৰেৰণ
ಅರ್ಥ : কোনো বস্তু, ব্যক্তি আদিক এঠাইৰ পৰা আন এঠাইলৈ লৈ যোৱা বা যাবলৈ দিয়া
ಉದಾಹರಣೆ :
ৰামে অঙ্গদক দূত হিচাপে ৰাৱণৰ ওচৰলৈ পঠালে মই এখন চিঠি পঠিয়ালো
ಸಮಾನಾರ್ಥಕ : পঠোৱা, ৰাওনা হোৱা