ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো পৃষ্ঠ বা কোনো বস্তুৰ পর্দা আদিত পোন শাৰীত লিখা লিখনি
ಉದಾಹರಣೆ : উদাহৰণৰ বাবে আপুনি পঞ্চম পংক্তিটো চাৱক
ಸಮಾನಾರ್ಥಕ : শাৰী
ಅರ್ಥ : মানুহ বা বাহনৰ পংক্তি যি কাৰোবাৰ বা কিহবাৰ বাবে প্রতীক্ষা কৰি আছে
ಉದಾಹರಣೆ : শাৰী ভাঙি যাত্রী নিয়া চালকক বহুত পিটন দিলে
ಸಮಾನಾರ್ಥಕ : লাইন, শাৰী
ಸ್ಥಾಪನೆ