ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : সুগন্ধি ফুলযুক্ত একপ্রকাৰৰ উদ্ভিদ
ಉದಾಹರಣೆ : সাধু মহাৰাজে নিজৰ কুটীৰটোৰ চাৰিওফালে নৱমল্লিকা ফুল লগাই ৰাখিছে
ಸಮಾನಾರ್ಥಕ : চামেলি
ಅರ್ಥ : এক প্রকাৰৰ সৰু চানেকীয়া বগা ৰঙৰ সুগন্ধি ফুল
ಉದಾಹರಣೆ : তেওঁৰ ঘৰৰ সন্মুখ আহি পোৱাৰ লগে লগে মালতী ফুলৰ সুগন্ধি আহি নাকত লাগেহি
ಸಮಾನಾರ್ಥಕ : নেৱালি, নেৱালী, মালতী
ಸ್ಥಾಪನೆ