ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিটো এতিয়া সজা, উলিওৱা বা প্রস্তুত কৰা বা প্রকাশিত হৈছে
ಉದಾಹರಣೆ : এতিয়া আমি আপোনাক পাব পৰা নতুন বস্তুৰ বিষয়ে খবৰ দিম
ಸಮಾನಾರ್ಥಕ : আধুনিক, নতুন, নবীনতম, লেটেষ্ট
ಅರ್ಥ : যাৰ আগতে অস্তিত্ব নাই
ಉದಾಹರಣೆ : আমি কোনো নতুন কাম কৰিব লাগে
ಸಮಾನಾರ್ಥಕ : অভিনৱ, নতুন, নবীন
ಅರ್ಥ : যিটো বনোৱা, ওলোৱা বা প্রস্তুত কৰা বেছি দিন হোৱা নাই:বৈজ্ঞানিক ক্ষেত্রত ৰবট এক নতুন আৱিষ্কাৰ
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : অভিনৱ, ন, নতুন, নবীন, নব্য
ಅರ್ಥ : আঠ যোগ এক
ಉದಾಹರಣೆ : এই কলমটোৰ দাম ন টকা
ಸಮಾನಾರ್ಥಕ : ন, ৯
ಸ್ಥಾಪನೆ