ಅರ್ಥ : আদালতত দোষী আৰু নির্দোষী বা অধিকাৰী আৰু অনধিকাৰী আদিৰ বিচাৰপূর্বক নি্র্ধাৰণ
ಉದಾಹರಣೆ :
আধুনিক যুগত ন্যায়ও বিক্রী হয়
ಸಮಾನಾರ್ಥಕ : ন্যায়-বিচাৰ
ಅರ್ಥ : ছয় দর্শনৰ ভিতৰত এক ্দর্শন ্বা যি শাস্ত্রত কোনো বস্তুৰ যথার্থ ্জ্ঞানৰ বাবে মত বা বিচাৰৰ উচিত বিবেচন হয়
ಉದಾಹರಣೆ :
পণ্ডিত ৰমাশঙ্কৰ ন্যায়ৰ বৰ ডাঙৰ জ্ঞাতা আছিল
ಸಮಾನಾರ್ಥಕ : ন্যায় দর্শন, ন্যায়-দর্শন, ন্যায়দর্শন, ন্যায়শাস্ত্র
ಅರ್ಥ : যি কথা উচিত বা নিয়মৰ অনুকূলে হয়
ಉದಾಹರಣೆ :
ভগৱানে ইমান ন্যায়পৰায়ণ মানুহজনৰ লগতো ন্যায় নকৰিলে