ಅರ್ಥ : নেপালৰ নিবাসী
ಉದಾಹರಣೆ :
তেওঁ এজন ্নেপালীক নিজৰ ঘৰৰ চোৱা-চিতাৰ কাৰণে ৰাখিছে
ಸಮಾನಾರ್ಥಕ : নেপাল বাসী, নেপাল-বাসী
ಅರ್ಥ : নেপাল দেশৰ সৈতে সম্বন্ধ থকা
ಉದಾಹರಣೆ :
ৰমেশে নেপালী টুপি পিন্ধি আছে
ಅರ್ಥ : নেপালী ভাষাৰ বা নেপালী ভাষাৰ সৈতে সম্বন্ধ থকা
ಉದಾಹರಣೆ :
তেওঁৰ ্নেপালী নাটকৰ এটা প্রতিলিপি মোৰ ওচৰতো আছে
ಅರ್ಥ : নেপালত থকা বা বসতি কৰা
ಉದಾಹರಣೆ :
তেওঁ এজনী নেপালী ছোৱালী বিয়া কৰিলে