ಅರ್ಥ : জ্বলি থকা বা উত্তপ্ত বস্তুৰ পানী আদিৰ সংস্পর্শলৈ আহি ঠাণ্ডা হোৱা
ಉದಾಹರಣೆ :
পানী পৰোতেই কয়লাখিনি নুমাই গʼল
ಸಮಾನಾರ್ಥಕ : চেঁ্চা পৰা, নুমোৱা
ಅರ್ಥ : জুই জ্বলি নিজে-নিজে বা পানী আদি পৰাৰ কাৰণে নজ্বলা এক অৱস্থা
ಉದಾಹರಣೆ :
চৌকাৰ জুই নুমাল
ಸಮಾನಾರ್ಥಕ : নুমুৱা