ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ নিৰূপণ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

নিৰূপণ   বিশেষ্য

ಅರ್ಥ : কাৰোবাৰ আগত কোনো বিচাৰ বা মন্তব্য ভালদৰে উপস্থাপন কৰা কার্য ্বা ভাব

ಉದಾಹರಣೆ : এই কবিতাত কবিয়ে মাতৃত্ব ভাবৰ নিৰূপণ সুন্দৰভাৱে কৰিছে

ಸಮಾನಾರ್ಥಕ : ৰূপায়ণ

ಅರ್ಥ : নিজৰ মত প্রতিপাদন কৰিবৰ কাৰণে প্রমাণ সহকাৰে কোৱা কোনো কার্য

ಉದಾಹರಣೆ : বৈজ্ঞানিকে নিজৰ নতুন মতৰ প্রতিপাদন কৰিলে

ಸಮಾನಾರ್ಥಕ : উপস্থাপন, প্রতিপাদন, প্রমাণ কৰা

ಅರ್ಥ : যি যোগ্যতা, সামর্থ্য, গুণাগুণ, পৰিমাণ, কৃতিত্ব আদিৰ বিচাৰ কৰে

ಉದಾಹರಣೆ : গুৰু ৰামদাসে শিষ্যৰ পৰীক্ষা লʼবৰ কাৰণে তেওঁলোকক বাঘিনীৰ গাখীৰ আনিবলৈ দিলে

ಸಮಾನಾರ್ಥಕ : পৰখ, পৰীক্ষণ, পৰীক্ষা, পৰীক্ষা-নিৰীক্ষা