ಅರ್ಥ : কোনো প্রশ্নৰ উত্তৰ দিব নোৱাৰা অৱস্থা বা পৰিস্থিতি হোৱা
ಉದಾಹರಣೆ :
ভালদৰে প্রস্তুতি নোহোৱা কাৰণে তেওঁ ্ সাক্ষাৎকাৰত নিৰুত্তৰ হৈ থাকিবলগীয়া হʼল
ಸಮಾನಾರ್ಥಕ : উঁ-আঁ কৰিব নোৱাৰা, উত্তৰ দিব নোৱাৰা, চুপ-চাপ থকা, মনে মনে থাকিব লগা, মাত দিব নোৱাৰা, মাত বন্ধ হোৱা