ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : আশাৰ অভাৱ
ಉದಾಹರಣೆ : নিৰাশাই মন আৱৰি ৰাখিলে সফলতা লাভ কৰা কঠিন হৈ পৰে
ಸಮಾನಾರ್ಥಕ : আশাভঙ্গ, আশাশূন্যতা, নিৰাশা, নৈৰাশ, নৈৰাশ্য, মোহভঙ্গ, মোহমুক্তি, হতাশা
ಅರ್ಥ : যাৰ আশা নোহোৱা হৈ গৈছে
ಉದಾಹರಣೆ : মহেশে যিকোনো কামতে নিৰাশ হৈ হাৰ মানি লয়
ಸಮಾನಾರ್ಥಕ : আশাহীন
ಅರ್ಥ : যি আশা হেৰুৱাই পেলাইছে বা যাৰ আশা নষ্ট হৈছে
ಉದಾಹರಣೆ : বিদ্যালয়ত নামভর্তিৰ সুবিধা নোপোৱাৰ কাৰণে শ্যাম হতাশ হৈ পৰিছে
ಸಮಾನಾರ್ಥಕ : আশাশূন্য, আশাহীন, নিভাৰসা, ভগ্নমনা, ভগ্নমনোৰথ, ভগ্নাশা, হতাশ
ಸ್ಥಾಪನೆ