ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কেও-কিছু নথকা ঠাই
ಉದಾಹರಣೆ : কিছুমান মানুহে নি্র্জন ্ ঠাইত বসবাস কৰি ভাল পায়
ಸಮಾನಾರ್ಥಕ : জনবিৰলতা, জনশূন্যতা, নিজম ঠাই, নিজান, নিজান ঠাই, নিমূৰ-মূৰা, নি্র্জন ্ঠাই, নি্র্জনত্া, নিৰিবিলি ঠাই
ಅರ್ಥ : যʼত বাস কৰা নহয়
ಉದಾಹರಣೆ : তেওঁ নি্র্জন ্ ঠাইত অকলে অকলে ঘূৰি আছে
ಸಮಾನಾರ್ಥಕ : জনবিৰল, জনশূন্য, জনহীন, নি্র্জন, নি্র্জ্জন, নিৰল, নিৰিবিলি
ಅರ್ಥ : যʼত কোনো মানুহ নাই বা মানুহৰ সংখ্যা বহুত কম
ಉದಾಹರಣೆ : সন্ন্যাসীয়ে নি্র্জন ্ ঠাইত থাকিবলৈ ভাল পায়
ಸಮಾನಾರ್ಥಕ : একান্ত, নিজঞ্জাল, নি্র্জন, নি্র্জ্জন, নিৰল, নিৰিবিলি, ্নিজান
ಸ್ಥಾಪನೆ