ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : নিতান্তই হোৱা বা হʼবলগীয়া কথা বা ঘটনা
ಉದಾಹರಣೆ : অৱশ্যমভাবীতাক কোনে আওকাণ কৰিব পাৰে
ಸಮಾನಾರ್ಥಕ : আৱশ্যমভাবীতা
ಅರ್ಥ : যি নিশ্চিত আৰু অটল দৈৱ বিধান মতে মানুহৰ সকলো কার্য আগতেই ঠিক হৈ থকা বুলি বিশ্বাস কৰা হয় আৰু যাৰ স্থান কপালত বুলি মনা হয়
ಉದಾಹರಣೆ : কর্মত বিশ্বাস কৰা লোকে ভাগ্য বিশ্বাস নকৰে
ಸಮಾನಾರ್ಥಕ : কপাল, ভাগ্য, ললাট
ಸ್ಥಾಪನೆ