ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যʼত উষ্ণতা নাথাকে
ಉದಾಹರಣೆ : তেওঁৰ ্উষ্মাহীন আদৰণিত মোৰ মন উদাস হৈ পৰিল
ಸಮಾನಾರ್ಥಕ : উষ্ণতাহীন, উষ্মাহীন
ಅರ್ಥ : যাৰ তেজ নাই বা যিজনৰ তেজৰ অভাৱ হৈছে
ಉದಾಹರಣೆ : সদায় চিন্তিত হৈ থকাৰ কাৰণে তেওঁৰ চেহেৰা যৌৱনতে নিস্তেজ হʼবলৈ ধৰিছে
ಸಮಾನಾರ್ಥಕ : অপ্রভ, আভাহীন, কান্তিহীন, তেজহীন, মলীন, মোলান, ম্লান, শেতা
ಸ್ಥಾಪನೆ