ಅರ್ಥ : কোনো কথা আদিৰ ্সন্দর্ভত সিদ্ধান্ত লোৱা বা নি্র্ণয় ্কৰা
ಉದಾಹರಣೆ :
ককাদেউতাই কাজিয়া নিষ্পত্তি কৰিছে
ಸಮಾನಾರ್ಥಕ : সমাধান কৰা
ಅರ್ಥ : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা
ಉದಾಹರಣೆ :
এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা
ಸಮಾನಾರ್ಥಕ : কৰা, ঠিক কৰা, শেষ কৰা, সম্পাদন কৰা