ಅರ್ಥ : যিটো কোনো কামনা বা ইচ্ছা নথকাকৈ কৰা হয়
ಉದಾಹರಣೆ :
গীতাত নিষ্কাম কর্ম ্কৰাৰ ওপৰত জোৰ দিয়া দৈছে
ಅರ್ಥ : যʼত ইচ্ছা নাথাকে
ಉದಾಹರಣೆ :
ইচ্ছাহীন লোকৰ জীৱন শান্তিৰে পাৰ হয়
ಸಮಾನಾರ್ಥಕ : অকাম, আকাংক্ষাহীন, ইচ্ছাহীন
ಅರ್ಥ : যʼত কাম বাসনা নাই
ಉದಾಹರಣೆ :
স্বামী বিবেকানন্দ কামনাহীন লোক আছিল
ಸಮಾನಾರ್ಥಕ : কামনাশূন্য, কামনাহীন, বাসনাহীন, বীতকাম