ಅರ್ಥ : কোনো পদ, মর্যাদা বা বিষয়ৰ বিষয়া হোৱা
ಉದಾಹರಣೆ :
বিধায়কসকলে যোগীদেৱক ছত্তীশগড়ৰ প্রথম মুখ্যমন্ত্রী নিযুক্ত কৰিলে
ಸಮಾನಾರ್ಥಕ : বনোৱা
ಅರ್ಥ : * কোনো কর্মচ্াৰীক অস্থায়ী কামৰ কাৰণে এজনক আনজনৰ ঠাইত স্থানান্তৰিত কৰা
ಉದಾಹರಣೆ :
সেনাধ্যক্ষই এগৰাকী বিষয়াক সাগৰৰ পাৰত ডিউটী কৰিবলৈ নিযুক্ত কৰিলে
ಸಮಾನಾರ್ಥಕ : পঠোৱা
ಅರ್ಥ : কামত লগোৱা
ಉದಾಹರಣೆ :
এই কামৰ কাৰণে তেওঁ ্সাতজন মানুহ নিযুক্ত কৰিলে
ಸಮಾನಾರ್ಥಕ : কাম দিয়া, চাকৰি দিয়া