ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : চেতন অৱস্থাৰ মাজতে কিছু সময়ৰ কাৰণে অলস হৈ যোৱা অৱস্থা যাৰ ফলত প্রাণীয়ে শাৰীৰিক আৰু মানসিক বিশ্রাম লাভ কৰে
ಉದಾಹರಣೆ : টোপনি কম হোৱাৰ কাৰণে ভাগৰ ভাগৰ লাগি আছে
ಸಮಾನಾರ್ಥಕ : ঘুমটি, চকু জাপ খোৱা-, টোপনি
ಸ್ಥಾಪನೆ