ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : প্রতিটো পল বা সকলো সময়তে
ಉದಾಹರಣೆ : আমি সদায় সঁ্চা কথা কোৱা উচিত
ಸಮಾನಾರ್ಥಕ : অণুক্ষণ, অহৰহ, ওৰেও, চিৰকাল, নিত, নিতু, নিতে, নিৰন্তৰ, নিৰন্তৰে, নিৰৱধি, প্রতিক্ষণ, প্রতিনিয়ত, বাৰেওকাল, বাৰেওটিকাল, সদা, সদায়, সর্বদ্া
ಅರ್ಥ : সদায় থাকোতা
ಉದಾಹರಣೆ : ঈশ্বৰ শাশ্বত
ಸಮಾನಾರ್ಥಕ : অক্ষয়, অচ্যুত, অজৰ-অমৰ, অজৰামৰ, অনন্ত, অনাদি, অন্তহীন, অবিনাশী, অব্যয়, অৱিনশ্বৰ, আৱহমান, কালাতীত, ক্ষয়হীন, চিৰন্তন, চিৰস্থায়ী, ধ্রুৱ, নাশহীন, শাশ্বত, শাশ্বতিক, শাশ্বতী, সনাতন
ಸ್ಥಾಪನೆ