ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : নিকৃষ্ট হোৱাৰ ভাব বা অৱস্থা
ಉದಾಹರಣೆ : আপোনাৰ এই বেয়া কাম-বনে নিকৃষ্টতাহে বুজায়
ಸಮಾನಾರ್ಥಕ : অধমতা, অধমত্ব, অনুৎকর্ষ, অপকর্ষ, মন্দত্ব
ಅರ್ಥ : অধম বা নীচ হোৱা অৱস্থা:অধমতাক দূৰ কৰিলেহে সমাজৰ উন্নতি হʼব
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : অধমতা, অধমত্ব, মন্দত্ব
ಅರ್ಥ : নিকৃষ্টতম হোৱা অৱস্থা বা ভাব
ಉದಾಹರಣೆ : এনেকুৱা ব্যৱহাৰেৰে আপুনি নিজৰ নিকৃষ্টতাৰহে পৰিচয় দিলে
ಸಮಾನಾರ್ಥಕ : অনুৎকর্ষ, অপকর্ষ
ಸ್ಥಾಪನೆ