ಅರ್ಥ : বাহিৰৰ ফালে টান বাকলি থকা এবিধ ডাঙৰ গোলাকাৰ ফল, যাৰ ভিতৰত মিঠা শাহ আৰু পানী থাকে!
ಉದಾಹರಣೆ :
তেওঁ ্ সদায় নাৰিকলৰ পানী খায়
ಸಮಾನಾರ್ಥಕ : নাৰিকেল
ಅರ್ಥ : খেজুৰ জাতিৰ এবিধ গছ যাৰ ডাঙৰ গোলাকাৰ ফলৰ ভিতৰত মিঠা পানী আৰু বগা মিঠা শাহ থাকে
ಉದಾಹರಣೆ :
এই জংঘলত নাৰিকল গছ বেছিকৈ আছে
ಸಮಾನಾರ್ಥಕ : নাৰিকল গছ