ಅರ್ಥ : উচ্ছন্ন বা নষ্ট হোৱা
ಉದಾಹರಣೆ :
ৰজাৰ সৈন্যই গাঁওবোৰ উছন কৰিলে
ಸಮಾನಾರ್ಥಕ : অনিষ্ট কৰা, উছন কৰা, উছন হোৱা, ছাৰখাৰ কৰা, ধ্বংস কৰা, নষ্ট কৰা, বিনাশ কৰা
ಅರ್ಥ : লাহে লাহে হ্রাস বা কম কৰা
ಉದಾಹರಣೆ :
গছবোৰ কাটি আমি প্রাকৃতিক সম্পদৰ ক্ষতিসাধন কৰিছো
ಸಮಾನಾರ್ಥಕ : ক্ষতি কৰা, ক্ষতিসাধন কৰা