ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো কামত বা কথাত মানা কৰা
ಉದಾಹರಣೆ : ন্যায়ালয়ৰ আদেশ অনুসৰি ৰাজহুৱা স্থানত ধুম-পান কৰা নিষেধ
ಸಮಾನಾರ್ಥಕ : নিবাৰণ, নিষেধ, বাধা, বাধা-নিষেধ, বাৰক, মানা, হাক, হাক-বচন
ಅರ್ಥ : স্বীকাৰ নকৰাৰ ভাব বা কার্য
ಉದಾಹರಣೆ : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে
ಸಮಾನಾರ್ಥಕ : অগ্রাহ্য, অননুমোদন, অনিচ্ছা, অমত, অমান্তি, অসন্মতি, অসমর্থন, আপত্তি, দ্বিমত, প্রত্যাখান, মানা
ಅರ್ಥ : কোনো কথা, বস্তু আদিক স্বীকাৰ নকৰা কার্য
ಉದಾಹರಣೆ : আপুনি মোৰ এই অনুৰোধ অস্বীকাৰ নকৰিব
ಸಮಾನಾರ್ಥಕ : অস্বীকাৰ
ಅರ್ಥ : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই
ಉದಾಹರಣೆ : চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে
ಸಮಾನಾರ್ಥಕ : অননুমোদিত, অস্বীকৃত, খাৰিজ, প্রত্যাখ্যাত
ಅರ್ಥ : যিয়ে সহমত পোৱা নাই
ಉದಾಹರಣೆ : এতিয়াও চৰকাৰে এই আঁচনিখন নামঞ্জুৰ কৰিলে
ಸಮಾನಾರ್ಥಕ : অসন্মতি, অস্বীকৃত, সহমতহীন
ಸ್ಥಾಪನೆ