ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : নিঃসৰণ বা নিষ্কাশনৰ বাবে থকা নলীৰ নিচিনা গঠন যʼত কিছুমান তৰল থাকে
ಉದಾಹರಣೆ : আমাৰ শৰীৰত কেইবা ধৰণৰ নলিকা থাকে
ಸಮಾನಾರ್ಥಕ : নলিকা
ಅರ್ಥ : পানী বৈ যোৱা সৰু পথ বা সৰু জান
ಉದಾಹರಣೆ : জাবৰ-জোথৰ উটি অহাৰ ফলত নর্দম্াৰ মুখখন বন্ধ হৈ গʼল
ಸಮಾನಾರ್ಥಕ : নর্দম্া, নলা, লোৰ
ಅರ್ಥ : গোল-দীঘলীয়া ফোঁপোলা বস্তু
ಉದಾಹರಣೆ : তেওঁ ্ পাইপেৰে নাৰিকলৰ পানী খাই আছে
ಸಮಾನಾರ್ಥಕ : চুঙা, চুঙী, নল, নলা, নলিচা, পাইপ
ಅರ್ಥ : যিডাল ধাতুৰ নলীৰে চহৰ-নগৰৰ ঘৰে ঘৰে খোৱাপানী, গা-ধোৱা পানী আহে
ಉದಾಹರಣೆ : এতিয়ালৈকে পানী-নলীত পানী অহাই নাই
ಸಮಾನಾರ್ಥಕ : টেপ, পানী-নলী
ಸ್ಥಾಪನೆ