ಅರ್ಥ : বৰষুণৰ পানী বৈ অহা জলপথ
ಉದಾಹರಣೆ :
একেৰাহে বৰষুণ হোৱাৰ কাৰণে নলাবোৰ ওপচি পৰিছে
ಸಮಾನಾರ್ಥಕ : নলা-নর্দ্্মা
ಅರ್ಥ : যি নলীৰে লেতেৰা পানী আদি বৈ যায়
ಉದಾಹರಣೆ :
ঘৰৰ নর্দ্্মাৰ পৰা ওলোৱা পানী গৈ বাটত একগোট হʼলে বেমাৰৰ উৎপন্ন হʼব পাৰে
ಸಮಾನಾರ್ಥಕ : নর্দ্্মা
ಅರ್ಥ : যাৰ মাজেদি বৰষুণৰ পানী বা ময়লা যুক্ত পানী বৈ যায়
ಉದಾಹರಣೆ :
এই নলাটোৰ পানী চহৰৰ দূৰৈৰ এখন নদীত গৈ পৰিছে
ಸಮಾನಾರ್ಥಕ : নলা-নর্দ্্মা